প্ৰথম বাৰ্ষিক মাৰ্ঘেৰিটা মহাৰাস উৎসৱ - ২০২৩

৯ আৰু ১০ ডিচেম্বৰ, ২০২৩

প্ৰথম বাৰ্ষিক মাৰ্ঘেৰিটা মহাৰাস উৎসৱ - ২০২৩

       শ্ৰদ্ধাভাজন শিল্পীপ্ৰাণ নাট্যামোদী ৰাইজ। ভগৱান শ্ৰীকৃষ্ণৰ সমস্ত লীলাই ভাৰতীয় সংস্কৃতিক যিদৰে সমৃদ্ধ কৰি ৰাখিছে, সামাজিক জীৱনতো দুষ্কৃতি বিনাশি সংস্কৃতি প্ৰতিষ্ঠাৰ শিল্পময় প্ৰভাৱে প্ৰভুত অৰিহণা যোগায় আহিছে। কৃষ্ণ-লীলাৰ অন্যতম এটি সাংস্কৃতিক প্ৰকাশ হ’ল ৰাসলীলা। অসমৰ উজনিৰ পৰা নামনিলৈ ৰাস উৎসৱে বৰ্তমান এক শিল্পময় আলোড়নৰ সৃষ্টি কৰাৰ শাৰদীয় উচ্ছাসতে মাৰ্ঘেৰিটাতো আগন্তুক ৯ আৰু-১০. ডিচেম্বৰ, ২০২৩ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ‘মহাৰাস উৎসৱ’ অনুষ্ঠিত কৰাৰ ব্যাপক আয়োজন কৰা হৈছে। জাতি-বৰ্ণ, ভাষা-ধৰ্ম নিৰ্বিশেষ সদৌটি মাৰ্ঘেৰিটাবাসী ৰাইজৰ অকুণ্ঠ প্ৰচেষ্টা আৰু সহযোগত আয়োজিত বৃহৎ অনুষ্ঠানটোত আপোনাৰ / আপোনাসৱৰো আন্তৰিক সহায় আৰু সহযোগিতা প্ৰাৰ্থনা জনালোঁ।

       অসমৰ কেইবাগৰাকীও স্বনামধন্য শিল্পীয়ে অভিনয় কৰিবলগীয়া ‘মহাৰাস উৎসৱ’ অনুষ্ঠানটিত স্থানীয় শিল্পী, কলা-কুশলীসকলৰ প্ৰতিভাই নিশ্চয় সকলোকে আপ্লুত কৰিব। সেয়ে দুয়োটা দিনৰে সকলো কাৰ্যসূচীতে সহায়-সহযোগ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ লগতে আমাৰ প্ৰান্তীয় অঞ্চলটোৰ সাংস্কৃতিক গৌৰবোজ্জ্বল কৰি ৰখাত অৰিহণা যোগায়হি যেন

ইমেজ গেলেৰী






ক্লিক কৰক

দিনাংক

৯ আৰু ১০ ডিচেম্বৰ, ২০২৩

স্থান

মাৰ্ঘেৰিটা মহাবিদ্যালয় খেলপথাৰ, মাৰ্ঘেৰিটা

কাৰ্যসূচী ৯ ডিচেম্বৰ, ২০২৩

সমূহীয়া নাম প্ৰসঙ্গ ( দিনযোৰা )

কাৰ্যসূচী ১০ ডিচেম্বৰ, ২০২৩

মহাৰাস উৎসৱ ( সন্ধিয়া ৫.৩০ বজাৰ পৰা )

ভিডিঅ' গেলেৰী






ক্লিক কৰক

আলোকচিত্ৰ

কিছুসংখ্যক আলোকচিত্ৰ

লাইখুটা স্থাপন

লাইখুটা স্থাপন

লাইখুটা স্থাপন

লাইখুটা স্থাপন

প্ৰচাৰ আৰু প্ৰসাৰ অভিযান

প্ৰচাৰ আৰু প্ৰসাৰ অভিযান

লাইখুটা স্থাপন

প্ৰচাৰ আৰু প্ৰসাৰ অভিযান

আনুষ্ঠানিক দায়িত্বপ্ৰাপ্ত সকল

আনুষ্ঠানিক দায়িত্বপ্ৰাপ্ত সকল

ভাস্কৰ শৰ্মা

সভাপতি

দ্বিছেন টিপমীয়া

কাৰ্যকৰী সভাপতি

সত্যৰঞ্জন কাকতি

মুখ্য সম্পাদক

ৰঞ্জিত বৰপূজাৰী

মুখ্য সম্পাদক

ভাস্কৰ শৰ্মা

সভাপতি

দ্বিছেন টিপমীয়া

কাৰ্যকৰী সভাপতি

সত্যৰঞ্জন কাকতি

মুখ্য সম্পাদক

ৰঞ্জিত বৰপূজাৰী

মুখ্য সম্পাদক

যোগাযোগ

যোগাযোগ

স্থান :

মাৰ্ঘেৰিটা মহাবিদ্যালয় খেলপথাৰ, মাৰ্ঘেৰিটা, অসম - ৭৮৬১৮১

দূৰভাষ :

+91 12345 54321

মাৰ্ঘেৰিটা মহাৰাস পৰিকল্পনাকাৰী সকল





Preloader Image